Paradophybate
শাখা ১: ৮-৯-১০ শ্ৰেণী:
বিষয় : সদনৰ মতে, কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰযুক্তিৰ উন্নত বিকাশ মানৱ জাতিৰ বাবে যথেষ্ট লাভজনক।
Level 1: Classes 8-9-10
Motion for debate - Advanced development of artificial intelligence technologies is greatly beneficial for humankind.
শাখা ২: ১১-১২ শ্ৰেণী + স্নাতক
সদনৰ মতে, শ্ৰডিংগাৰৰ মেকুৰী (Schrodinger Cat) সম্পৰ্কীয় বক্তব্যটো এটা বৈধ পেৰাডক্স (Paradox), আৰু ইয়াক বৈজ্ঞানিক ভাৱে বৈধ উক্তি বুলি ধৰিব পাৰি।
Level 2: Classes 11-12 + UG
Motion for debate: The statement regarding Schrodinger's cat is a legitimate paradox, and can be considered a valid scientific statement